সংগীত গীত, বাদ্য আৰু নৃত্য এই তিনিওবিধ কলাকে একেলগে আমি সংগীত বুলি কওঁ। গীত আৰু বাদ্যৰ লগত নৃত্য নোহোৱাকৈ অথবা গীত আৰু নৃত্যৰ লগত বাদ্য নোহোৱাকৈ অথবা বাদ্য আৰু নৃত্যৰ লগত গীত নোহোৱাকৈ  সম্পূর্ণ সংগীত হ’ব নোৱাৰে। ভাৰতীয় পৰম্পৰা অনুসৰি কণ্ঠ সংগীত অৰ্থাৎ গীতৰ স্থান প্রথম। গীতক অনুকৰণ কৰে বাদ্যই। সেইবাবে কণ্ঠ সংগীতৰ পিছতেই বাদ্যৰ