অৰুণোদয় ডট কমত লিখনি কেনেকৈ পঠাব?

অৰুণোদয় ডট কমত লিখনি কেনেকৈ পঠাব?

নিয়ম সমূহ–

১) আপোনাৰ এটা ইমেইল থকাটো বাঞ্চনীয়|
২) লিখনিটো আন কোনো মাধ্যমত প্ৰকাশিত হব নোৱাৰিব|
৩) আপোনাৰ লিখনিটো টাইপ কৰক বা ফটো উঠাওক বা স্কেন কৰক|

৪) কপিটো orunodoiwebsite@gmail.com ত মেইল কৰক| উক্ত মেইলত আপোনাৰ নাম, ঠিকনা, ইমেইল, ফোন নং আৰু আপোনাৰ বিষয়ে দুটা লাইন লিখাটো জৰুৰী| আপোনাৰ ফোন নং অনুমতি নোলোৱাকৈ প্ৰকাশ কৰা নহয়|
৫) Copyright আইনখন ভংগ নোহোৱাকৈ লিখনিটোৰ লগত মিল থকা ছবি বা ফটোগ্ৰাফ পথাব পাৰিব|
৬) লিখনিটোৰ লগত উত্স বোৰ দিব লাগিব যদিহে আন কাৰোবাৰ তথ্য ব্যৱহাৰ কৰে|
৭) লিখনিটো পোৱাৰ পিছত সম্পাদকীয় সদস্য সকলে সম্পাদনা কৰিব আৰু কম দিনৰ ভিতৰত প্ৰকাশ কৰা হব|

৮) যদিহে আপোনাৰ লিখনিটো প্ৰকাশ কৰিব পৰা নাযায় তেতিয়া হলে আপোনাক ইমেইলৰ যোগেৰে জনোৱা হব|

বিঃ দ্ৰঃ আপোনাৰ পাচটা লিখনি প্ৰকাশ হোৱাৰ পিছত আপোনাক এটা user id আৰু password দিয়া হব যত প্ৰত্যক্ষ ভাবে ই মেইল নকৰাকৈ আপুনি লিখাটো দিব পাৰে|