Category: চিন্তনীয়

শিশুৰ ব্যক্তিত্ব গঠনত নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা

শিশুৰ ব্যক্তিত্ব গঠনত নৈতিক শিক্ষাৰ প্ৰয়োজনীয়তা বর্তমান আমাৰ শিক্ষা ব্যৱস্থাত নৈতিক শিক্ষাৰ প্রয়োজন ব্যাপক ভাৱে অনুভৱ কৰি অহা হৈছে। নৱজাত এটি শিশু হৈছে নৈতিক চেতনাহীন জীৱ। আন আন জীৱ জন্তুৰ দৰেই এটি শিশুৰ আচৰনো হয় প্রবৃত্তি পৰিচালিত। এই সময়ত শিশু আচৰণৰ কোনো নৈতিক অনৈতিকতাৰ প্রশ্ন নুঠে|

ভৱিষ্যত ভাৰতবৰ্ষৰ পৰিকল্পনা আৰু শিক্ষা

ভৱিষ্যত ভাৰতবৰ্ষৰ পৰিকল্পনা আৰু শিক্ষা যোৱা কেবাদিনৰ পৰা কিছুমান চিন্তাই বৰকৈ আমনি কৰি আছে।নিজকে অকৰ্মন্য যেন হোৱা ভাৱটো সঁচাই বৰ দুখজনক।মই এজন মধ্যবিত্ত পৰিয়ালৰ ভাৰতীয় যুৱক । বয়স ২২ বছৰ।এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অন্তিমটো পৰীক্ষাৰ বাবে ব্যস্ত বৰ্তমান সময়ত। সমাগত সময় আমাৰ জীৱনত যে ইয়াৰ পিছত মি কি কৰিম!! নিজৰটো চিন্তা আছেই লগতে বন্ধু মহলতে হওঁক

বৃক্ষৰোপন আৰু আমাৰ সচেতনতা

বৃক্ষৰোপন আৰু আমাৰ সচেতনতা বিশ্ব পৰিৱেশ দিৱস ৫ জুন,সকলোৰে কম বেছি পৰিমানে মনত থকা এটা উল্লেখযোগ্য দিন। উক্ত দিনাই আমি পৰিৱেশ প্ৰদূষণৰ সমস্যা সমাধান, পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰা,বৃক্ষৰোপন কৰা আদি পৰিৱেশৰ উপযোগী বিভিন্ন কার্যপন্থা হাতত লওঁ, আনকি এইকামবোৰ কৰিবলৈ দৃঢ় প্রতিজ্ঞাৱদ্ধ হওঁ। কিন্তু দুখৰ বিষয় সেই কার্যপন্থা তথা প্রতিজ্ঞাবোৰ সেইদিনটোতে আমাৰ মনৰ পৰা হেৰাই যায়।

আতচবাজি আৰু পৰিবেশ প্ৰদূষণ

আতচবাজি আৰু পৰিবেশ প্ৰদূষণ মানৱ সমাজৰ প্ৰতিজন লোকেই মনত প্ৰশান্তিৰ বীজ সিচাৰ বাবে বিভিন্ন উত্‍সৱ পাৰ্বন, বিয়া সবাহ তথা বিভিন্ন খেল-ধেমালি আদিত অংশগ্ৰহণ কৰে। উত্‍সৱ সমূহ হ’ল মানুহৰ মন সতেজ কৰাৰ অন্যতম আহিলা। কোৱা বাহুল্য যে, লিখনিটোৰ জৰিয়তে কোনো উত্‍সৱ তথা অনুষ্ঠানৰ বিৰোধিতা কৰাৰ মৰসাহ কৰিব খোজা নাই। মাথোন মন মগজুত ক্ৰিয়া কৰা দুটামান সাধাৰণ