Author: Praban J Kalita

বৃক্ষৰোপন আৰু আমাৰ সচেতনতা

বৃক্ষৰোপন আৰু আমাৰ সচেতনতা বিশ্ব পৰিৱেশ দিৱস ৫ জুন,সকলোৰে কম বেছি পৰিমানে মনত থকা এটা উল্লেখযোগ্য দিন। উক্ত দিনাই আমি পৰিৱেশ প্ৰদূষণৰ সমস্যা সমাধান, পৰিবেশৰ ভাৰসাম্য ৰক্ষা কৰা,বৃক্ষৰোপন কৰা আদি পৰিৱেশৰ উপযোগী বিভিন্ন কার্যপন্থা হাতত লওঁ, আনকি এইকামবোৰ কৰিবলৈ দৃঢ় প্রতিজ্ঞাৱদ্ধ হওঁ। কিন্তু দুখৰ বিষয় সেই কার্যপন্থা তথা প্রতিজ্ঞাবোৰ সেইদিনটোতে আমাৰ মনৰ পৰা হেৰাই যায়।

আতচবাজি আৰু পৰিবেশ প্ৰদূষণ

আতচবাজি আৰু পৰিবেশ প্ৰদূষণ মানৱ সমাজৰ প্ৰতিজন লোকেই মনত প্ৰশান্তিৰ বীজ সিচাৰ বাবে বিভিন্ন উত্‍সৱ পাৰ্বন, বিয়া সবাহ তথা বিভিন্ন খেল-ধেমালি আদিত অংশগ্ৰহণ কৰে। উত্‍সৱ সমূহ হ’ল মানুহৰ মন সতেজ কৰাৰ অন্যতম আহিলা। কোৱা বাহুল্য যে, লিখনিটোৰ জৰিয়তে কোনো উত্‍সৱ তথা অনুষ্ঠানৰ বিৰোধিতা কৰাৰ মৰসাহ কৰিব খোজা নাই। মাথোন মন মগজুত ক্ৰিয়া কৰা দুটামান সাধাৰণ