ইন্টাৰনেটত অসমীয়া ভাষাৰ প্ৰয়োজনীয়তা ইন্টাৰনেটৰ সুবিধাৰ কথা কোৱাটো হয়তো আজিকালি সময় নষ্ট কৰা যেন হে হ’ব। কিন্তু এটা চিন্তা কৰিবলগীয়া কথা হৈছে, সকলোৱে ইন্টাৰনেটৰ সুবিধা পাইছে যানো? হয় এইটো এটা মনলৈ অহা ডাঙৰ প্ৰশ্ন । বিভিন্ন কাৰণত মানুহে ইন্টাৰনেটৰ সুবিধা ল’ব নোৱাৰে আৰু তাৰ ভিতৰত এটা প্ৰধান কাৰণ যিটো অসমীয়া ব্যৱহাৰকাৰীৰ মাজত দেখিছো, সেইটো হ’ল