About Us

অৰুণোদয়…অসমৰ প্ৰথমখন আলোচনী খনৰ পৰা প্ৰভাবিত হৈ অৰুণোদয় ডট কম নামৰ এইখন অনলাইন অসমীয়া আলোচনীৰ প্ৰকাশ| বিনামূলীয়া অৰুণোদয় ডট কমত অসমীয়া ভাষাত বিভিন্ন ধৰনৰ প্ৰবন্ধ, গল্প, সংবাদ, মনোভাৱ ইত্যাদি প্ৰকাশ কৰা হয়| লিখনিবোৰ সম্পাদকীয় সদস্যৰ দ্বাৰা সম্পাদনা কৰা হয়| বৰ্তমান সপ্তাহত এটাকৈ লিখা প্ৰকাশ কৰিবলৈ চেষ্টা কৰি থকা হৈছে|

ইন্টাৰনেটৰ পৃথিৱী খনত অসমীয়া ভাষাক চহকী কৰাৰ বাবে এয়া আমাৰ এক সূক্ষ্ম প্ৰচেষ্টা| অজানিতে হোৱা আনাকাংক্ষিত ভূলৰ বাবে আমি সদায় ক্ষমা প্ৰাৰ্থী| পাঠক সকলৰ দিহা পৰামৰ্শ আৰু মন্তব্যই আমাৰ মূল সম্বল| আমাৰ ভূল ভ্ৰান্তিবোৰ শুধৰাই দি অৰুণোদয় ডট কমক আগুৱাই যোৱাত সহায় কৰাৰ বিনম্ৰ অনুৰোধ |

অৰুণোদয় ডট কমত লিখনি কেনেকৈ আগবঢ়াব জানিবলৈ এই লিংকটোত ক্লিক কৰক |